Home » ঘোষণা » মিছ ফটোজেনিক ২০১৭

মিছ ফটোজেনিক ২০১৭

প্ৰথম খবৰে আয়োজন কৰিছে ‘মিছ ফটোজেনিক ২০১৭’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা। সৌন্দৰ্যৰ জগতত আত্মপ্ৰতিষ্ঠা কৰিব খোজাসকলৰ বাবে ই হ’ব অসমৰ সৰ্ববৃহৎ মঞ্চ।

কোনে অংশগ্ৰহণ কৰিব পাৰে?

১৬ বছৰৰপৰা ২৬ বছৰৰ ভিতৰৰ যিকোনো কিশোৰী-যুৱতীয়ে ‘মিছ ফটোজেনিক ২০১৭’ত অংশগ্ৰহণ কৰিব পাৰে।

অংশগ্ৰহণ কেনেকৈ কৰিব?

ইচ্ছুক কিশোৰী আৰু যুৱতীসকলে ‘মিছ ফটোজেনিক ২০১৭’ৰ অফিচিয়েল ৱেবছাইট contest.prathamkhabar.comত ফৰ্ম পূৰণ কৰক। আৰু শেহতীয়া কমেও পাঁচ কপী ফটো প্ৰেৰণ কৰক। আমাৰ ফেচবুক পেজ facebook.com/prathamkhabarলৈ মেছেঞ্জাৰত, pratham.khabar.1@gmail.comলৈ ইমেইলযোগে অথবা আমাৰ হোৱাটছএপ নম্বৰ 9954393480লৈ প্ৰেৰণ কৰক।

One comment